মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

লক্ষ্য আৰু অভিযান

  • লক্ষ্য

সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদানেৰে অসমৰ সাহিত্য, সংস্কৃতি, সমাজ ব্যৱস্থা, সম্পদসমূহৰ সংৰক্ষণ তথা প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা কৰা।

  • অভিযান

যথাসম্ভৱ অসম চুক্তি ৰূপায়িত কৰা।