মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

কাৰ্য্যাৱলী আৰু উদ্দেশ্যসমূহ

  • সংশ্লিষ্ট বিভাগসমূহক নিৰীক্ষণ কৰিবলৈ সময়ে সময়ে আলোচনাত বহাৰ ব্যৱস্থা কৰা, যাতে অসম চুক্তিৰ বিভিন্ন বিষয়সমূহ সময় মতে ৰূপায়ন কৰিব পৰা যায়।
  • অসম চুক্তিৰ ৰূপায়নত ৰাজ্য চৰকাৰ, ভাৰত চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত সমন্বয় ত্ৰিপক্ষীয় বৈঠক, দ্বিপক্ষীয় বৈঠক আৰু ভাৰত চৰকাৰৰ দ্বাৰা স্থাপন কৰা ত্ৰিপক্ষীয় উপ-সমিতিৰ বৈঠকৰ মাধ্যমেৰে কৰা হয়।
  • সেৱাসসমূহ–

            শ্বহীদ পৰিয়ালৰ নিযুক্তি তথা আন্দোলনৰ সময়ত ঘূণীয়া হোৱা সকলকো সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ।

  • ক্লাইণ্ট

অসম চুক্তি বিভাগৰ লগত সংযুক্ত অন্য বিভাগসমূহ

(১) গৃহ,

(২) ৰাজনৈতিক,

(৩) সীমা সুৰক্ষা,

(৪) সাংস্কৃতিক পৰিক্ৰমা

(৫) শিক্ষা

(৬) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

(৭) গড়কাপ্তানি বিভাগ

(৮) ৰাজহ আৰু ডি.এম.

(৯) উদ্যোগ আৰু বাণিজ্য

(১০) জল সম্পদ

(১১) এন.বি.চি.চি.

(১) এন.পি.চি.চি. আৰু

(১৩) কেন্দ্ৰীয় গড়কাপ্তানি বিভাগ