শ্বহীদ পৰিয়ালৰ নিযুক্তি তথা আন্দোলনৰ সময়ত ঘূণীয়া হোৱা সকলকো সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ।
অসম চুক্তি বিভাগৰ লগত সংযুক্ত অন্য বিভাগসমূহ
(১) গৃহ,
(২) ৰাজনৈতিক,
(৩) সীমা সুৰক্ষা,
(৪) সাংস্কৃতিক পৰিক্ৰমা
(৫) শিক্ষা
(৬) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ
(৭) গড়কাপ্তানি বিভাগ
(৮) ৰাজহ আৰু ডি.এম.
(৯) উদ্যোগ আৰু বাণিজ্য
(১০) জল সম্পদ
(১১) এন.বি.চি.চি.
(১) এন.পি.চি.চি. আৰু
(১৩) কেন্দ্ৰীয় গড়কাপ্তানি বিভাগ